ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : শিল, জংঘল অথবা বৰফেৰে পৰিপূর্ণ বহু ওখ স্থলভাগ
ଉଦାହରଣ : হিমালয় এখন ওখ পর্বত পর্বতবোৰ পাহাৰতকৈ ওখ
ସମକକ୍ଷ : গিৰি, পর্বত, ভূধৰ, মহীধৰ
ଅର୍ଥ : যʼত শিল আছে
ଉଦାହରଣ : মন্দিৰলৈ যোৱা এইটোৱেই একমাত্র শিলৰ পথ
ସମକକ୍ଷ : অশ্বময়, প্রস্তৰ নির্মিত, প্রস্তৰময়, প্রাস্তৰিক, শিলাময়, শিলৰ, শৈলময়
ସଂସ୍ଥାପନ କରନ୍ତୁ