ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ শেষ কৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

শেষ কৰা   ক্ৰিয়া

ଅର୍ଥ : কোনো কাম বা বস্তু আদিৰ অন্ত কৰা

ଉଦାହରଣ : প্রথমে এই কামটো সমাপ্ত কৰা

ସମକକ୍ଷ : সমাপ্ত কৰা

ଅର୍ଥ : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা

ଉଦାହରଣ : এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা

ସମକକ୍ଷ : কৰা, ঠিক কৰা, নিষ্পত্তি কৰা, সম্পাদন কৰা

ଅର୍ଥ : কোনো বস্তু মানুহৰ সন্মুখত ব্যৱহাৰ কৰিবৰ কাৰণে ৰখা বা আনক ব্যৱহাৰ কৰিবলৈ দিয়া

ଉଦାହରଣ : মহাজন ধনীৰামে নিজৰ লʼৰাৰ জন্মদিনত বহুত ধন খৰচ কৰিলে

ସମକକ୍ଷ : ক্ষয় কৰা, খৰচ কৰা, নোহোৱা কৰা