ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ শেষ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

শেষ   বিশেষ্য

ଅର୍ଥ : সমাপ্ত হোৱাৰ ভাব বা কার্য

ଉଦାହରଣ : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল

ସମକକ୍ଷ : অন্ত, অৱধি, অৱসান, ইতি, উপসংহাৰ, ওৰ, খতম, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সম্পূর্ণ, সাং

ଅର୍ଥ : কোনো ঘটনা আদিৰ সম্পাদন হোৱা বা অন্তিম অংশ

ଉଦାହରଣ : এই কিতাপখনৰ উপসংহাৰ পঢ়াৰ পিছতহে আপুনি কোনো সিদ্ধান্তত উপনীত হʼব পাৰিব

ସମକକ୍ଷ : অন্ত, ইতি, উপসংহাৰ, সমাপ্তি

ଅର୍ଥ : কোনো বস্তু আদি সমাপ্ত হোৱা ভাব বা অৱস্থা

ଉଦାହରଣ : কলিযুগত অন্ত নিশ্চিত

ସମକକ୍ଷ : অন্ত, অৱসান, ইতি, ওৰ, পৰিসমাপ্তি, যতি, শেহ, সমাপ্তি, সাং

ଅର୍ଥ : কোনো ব্যক্তিয়ে বা ব্যক্তিৰ দ্বাৰা আন ব্যক্তিক তৎক্ষণাত আক্রমণ কৰি মাৰি পেলোৱা........

ଉଦାହରଣ : ইন্দিৰা গান্ধীৰ দেহৰক্ষীয়েই তেওঁক হত্যা কৰিলে

ସମକକ୍ଷ : খুন, নিধন, প্রাণ লোৱা, প্রাণ-সংহাৰ, প্রাণনাশ, প্রাণে মৰা, বধ, বিনাশ, মাৰণ, মৰা-, সংহাৰ, হত্যা, হনন

শেষ   বিশেষণ

ଅର୍ଥ : শেষ সীমা পোৱা

ଉଦାହରଣ : পূর্ণিমাৰ ৰাতি চন্দ্রই নিজৰ চৰম স্থিতিত থাকে

ସମକକ୍ଷ : অন্তিম, চৰম

ଅର୍ଥ : কোনো অৱশিষ্ট নথকা

ଉଦାହରଣ : মই কৰা কামটো এতিয়া শেষ হʼল

ସମକକ୍ଷ : খতম, নিষ্পন্ন, নিষ্পাদিত, পূর্ণ, পৰিসমাপ্ত, সমাপন্ন, সমাপিত, সমাপ্ত, সম্পন্ন, সম্পাদিত, সম্পূর্ণ, ্পূৰ

ଅର୍ଥ : যি সকলোৰে পিছত হয়

ଉଦାହରଣ : গাঁৱৰ শেষ সীমাত এটা মন্দিৰ আছে

ସମକକ୍ଷ : অন্ত, অন্তিম, অন্ত্য, চৰম

ଅର୍ଥ : যিটো নাশ হৈছে

ଉଦାହରଣ : ভূমিকম্পত ্ তেওঁৰ সকলো নষ্ট হʼল

ସମକକ୍ଷ : উছন, ক্ষয়প্রাপ্ত, খাস্তাং, জাহ, ধ্বংসপ্রাপ্ত, নষ্ট, নিশ্চিহ্ন, বিধ্বস্ত, বিনষ্ট, বিলীন, লীন