ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : খালী বা ৰিক্ত স্থান
ଉଦାହରଣ : তেওঁ শূন্যত ঘূৰি আছিল
ସମକକ୍ଷ : আকাশ
ଅର୍ଥ : পৃথিৱী আৰু আকাশৰ মাজৰ ঠাই
ଉଦାହରଣ : যাদুকৰে শূন্যত মোক ৰাখি থʼলে
ସମକକ୍ଷ : আলাস, ওপৰ
ଅର୍ଥ : কোনো সংখ্যাৰ লগত যোগ বা বিয়োগ কৰিলে তাৰ মানৰ পৰি্ৱর্তন ্নোহোৱা গণিতৰ এক বিশেষ সংখ্যা বিশেষ
ଉଦାହରଣ : এক-ৰ পিছত এটা শূন্য বহুৱালে দহ সংখ্যা পোৱা যায়
ଅର୍ଥ : মুকলি ঠাইত ওপৰলৈ চালে যি শূন্য মণ্ডল দেখা পোৱা যায়
ଉଦାହରଣ : আকাশখন কʼলা ডাৱৰে আৱৰি আছে
ସମକକ୍ଷ : অন্তৰীক্ষ, অভ্র, অম্বৰ, আকাশ, আসমান, খ, গগন, নভ, নভঃ, নভস, নীলিমা, ব্যোম
ଅର୍ଥ : ভিতৰত একো নথকা বা যি অপূর্ণ
ଉଦାହରଣ : ভিক্ষাৰীজনৰ খালী পাত্রটোত পথাচাৰীজনে কেইটামান পইচা দি দিলে
ସମକକ୍ଷ : উকা, উদং, খালী, শূন্যগর্ভ, ৰিক্ত
ଅର୍ଥ : কোনো বস্তু, গুণ আদি নোহোৱা হোৱা বা খালী হৈ যোৱা
ଉଦାହରଣ : বৰষুণৰ অভাৱত এই পুখুৰীটো পানী শূন্য হʼল
ସମକକ୍ଷ : বিহীন, ৰহিত
ସଂସ୍ଥାପନ କରନ୍ତୁ