ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ শূন্য ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

শূন্য   বিশেষ্য

ଅର୍ଥ : খালী বা ৰিক্ত স্থান

ଉଦାହରଣ : তেওঁ শূন্যত ঘূৰি আছিল

ସମକକ୍ଷ : আকাশ

ଅର୍ଥ : পৃথিৱী আৰু আকাশৰ মাজৰ ঠাই

ଉଦାହରଣ : যাদুকৰে শূন্যত মোক ৰাখি থʼলে

ସମକକ୍ଷ : আলাস, ওপৰ

ଅର୍ଥ : কোনো সংখ্যাৰ লগত যোগ বা বিয়োগ কৰিলে তাৰ মানৰ পৰি্ৱর্তন ্নোহোৱা গণিতৰ এক বিশেষ সংখ্যা বিশেষ

ଉଦାହରଣ : এক-ৰ পিছত এটা শূন্য বহুৱালে দহ সংখ্যা পোৱা যায়

ଅର୍ଥ : মুকলি ঠাইত ওপৰলৈ চালে যি শূন্য মণ্ডল দেখা পোৱা যায়

ଉଦାହରଣ : আকাশখন কʼলা ডাৱৰে আৱৰি আছে

ସମକକ୍ଷ : অন্তৰীক্ষ, অভ্র, অম্বৰ, আকাশ, আসমান, , গগন, নভ, নভঃ, নভস, নীলিমা, ব্যোম

শূন্য   বিশেষণ

ଅର୍ଥ : ভিতৰত একো নথকা বা যি অপূর্ণ

ଉଦାହରଣ : ভিক্ষাৰীজনৰ খালী পাত্রটোত পথাচাৰীজনে কেইটামান পইচা দি দিলে

ସମକକ୍ଷ : উকা, উদং, খালী, শূন্যগর্ভ, ৰিক্ত

ଅର୍ଥ : কোনো বস্তু, গুণ আদি নোহোৱা হোৱা বা খালী হৈ যোৱা

ଉଦାହରଣ : বৰষুণৰ অভাৱত এই পুখুৰীটো পানী শূন্য হʼল

ସମକକ୍ଷ : বিহীন, ৰহিত