ଅର୍ଥ : শুই থকা কাৰোবাক অন্য কোনো ঠাইলৈ নি শুৱাই দিয়া
ଉଦାହରଣ :
মাকে কোলাত শুই থকা কেঁচুৱাটোক বিছনাত শুৱালে
ସମକକ୍ଷ : শুওৱা
ଅର୍ଥ : আনক শোৱা কার্যত প্রবৃত্ত কৰা
ଉଦାହରଣ :
ডাক্তৰে ৰোগীক পৰীক্ষা কৰাৰ কাৰণে বিচনাত শুৱাই দিলে