ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ শুকান ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

শুকান   বিশেষণ

ଅର୍ଥ : যʼত ৰস নাই

ଉଦାହରଣ : শুকান ফল নিৰস

ସମକକ୍ଷ : নিৰস, ৰসহীন

ଅର୍ଥ : যʼৰ পৰা জীৱনী শক্তিৰ সূচনাকাৰী হৰিৎ ৰং বাহিৰ হৈ গৈছে

ଉଦାହରଣ : শুকান গছজোপা আধাতে মৰি গʼল

ଅର୍ଥ : যি বহুত ্দুর্বল আৰু ক্ষীণ

ଉଦାହରଣ : তেওঁ ্বেমাৰৰ কাৰণে ক্ষীণকায় হৈ গৈছে

ସମକକ୍ଷ : অস্থি্চর্ম্্সাৰ, কংকালসাৰ, কঙ্কালসাৰ, কিৰকিৰীয়া, কৃশ, ক্ষীণকায়, খিচিৰা, খীণ-মীন, চঁ্ছালি ওলোৱা, চিঁয়া মৰা, চেৰেলা, চেৰেলা-চেপেটা, জঁ্কাভাৰী, টেটেৰা, টোটোৰা পৰা, নলীয়া, মৰ চেৰেলা, মৰকুচিয়া, মৰা মুগা যেন, মৰা-মূছা, লেৰেলা, লেৰেলা-চেৰেলা, লেৰেলা-ঠেৰেলা, লেৰেলী-ঠেৰেলী (স্ত্রী), শুকান-উবান, শোটোৰা পৰা, সোপোৰা, হাড় ছাল, হাড়-খৰাহি, হাড়ত খোৱা

ଅର୍ଥ : তিতি বা ভিজি নথকা:শুকান বতৰত ছাল শুকাই যায়

ଉଦାହରଣ :

ସମକକ୍ଷ : শুষ্ক

ଅର୍ଥ : তেল, ঘিঁউ আদি তেলীয়া বস্ত নথকা বা নিমিহলোৱা বস্তু

ଉଦାହରଣ : খেতিয়কজনে প্রসন্নতাৰে শুকান ৰুটি আৰু চাটনি খাই আছে

ସମକକ୍ଷ : ৰুক্ষ