ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ শুকাই যোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

শুকাই যোৱা   ক্ৰিয়া

ଅର୍ଥ : শৰীৰ ক্ষীণাই যোৱা অৱস্থা

ଉଦାହରଣ : তেওঁ ্লাহে-লাহে ক্ষীণকায় হৈ গৈ আছে

ସମକକ୍ଷ : ক্ষীণকায় হোৱা, হাড় ওলাই অহা

ଅର୍ଥ : অধিক ৰʼদ, সাৰ আদিৰ বাবে উদ্ভিদ মৰি যোৱা

ଉଦାହରଣ : পানীৰ অভাৱত গোটেই শস্যখিনি ্জঁই পৰিল

ସମକକ୍ଷ : জঁই ্পৰা, লেৰেলা

ଅର୍ଥ : পানী, আদ্রতা আদি নথকা বা কমকৈ থকা

ଉଦାହରଣ : অত্যধিক গৰমৰ কাৰণে সৰু সৰু পুখুৰীবোৰ শুকাই গৈছে

ସମକକ୍ଷ : শুকোৱা

ଅର୍ଥ : উজ্জ্বলতা কমি যোৱা

ଉଦାହରଣ : বেয়া খবৰটো পাই তেওঁৰ মুখখন ম্লান পৰি গʼল

ସମକକ୍ଷ : জঁয়্্ পৰা, নিস্তেজ হোৱা, বি্বর্ণ ্ হোৱা, মলিন হোৱা, মোলান পৰা, ম্লান পৰা, মৰহি যোৱা, শেঁত্া পৰা