ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ শিৰস্ত্রাণ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

শিৰস্ত্রাণ   বিশেষ্য

ଅର୍ଥ : মূৰত পকাই বন্ধা দীঘল কাপোৰ

ଉଦାହରଣ : তেওঁ ৰʼদত ্ কাম কৰাৰ সময়ত পাগুৰি মাৰি লয়

ସମକକ୍ଷ : পাগুৰি, পাগুৰী

ଅର୍ଥ : যুদ্ধৰ সময়ত যুদ্ধাই পিন্ধা লোহাৰ টুপী

ଉଦାହରଣ : সংগ্রহালয়ত আগৰ দিনৰ ৰজাৰ বিভিন্ন শিৰস্ত্রাণ ৰখা হৈছে

ଅର୍ଥ : মূৰত আঘাত লগাৰ পৰা বাচিবৰ কাৰণে পিন্ধা এবিধ ধাতুৰে তৈয়াৰী টুপি বিশেষ

ଉଦାହରଣ : মটৰ-চাইকেল চলোৱাসকলৰ কাৰণে হেলমেট পিন্ধাটো বাধ্যমূলক কৰা হৈছে

ସମକକ୍ଷ : হেলমেট

ଅର୍ଥ : দেৱতা, ৰজা আদিৰ শিৰত থকা এবিধ বিশেষ শিৰোভূষণ

ଉଦାହରଣ : ৰজাৰ শিৰত মুকুটে শোভাবর্দ্ধন কৰি আছে

ସମକକ୍ଷ : কিৰীটি, মুকুট