ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : সৰু আকাৰৰ শিল
ଉଦାହରଣ : পথৰুৱা ৰাষ্টাত খালী ভৰিৰে খোজ কাঢ়িলে শিলগুটিয়ে বিন্ধে
ସମକକ୍ଷ : পাথৰ, শিলগুটি
ଅର୍ଥ : ঘৰ বনোৱা সামগ্রী হিচাপে ব্যৱহাৰ হোৱা নির্দিষ্ট আকাৰৰ শিলাখণ্ড, যি বিশেষ উদ্দেশ্যৰে বনোৱা হয়
ଉଦାହରଣ : এই ঘৰটোৰ বেৰবোৰ মার্বলৰ ্ পাথৰেৰে বনোৱা
ସମକକ୍ଷ : পাথৰ, প্রস্তৰ, শিলাখণ্ড
ଅର୍ଥ : আকাশৰ পৰা সৰি পৰা বৰফৰ টুকুৰা
ଉଦାହରଣ : বৰষুণৰ লগে-লগে শিলো পৰিছে
ସମକକ୍ଷ : শিল বৰষুণ
ଅର୍ଥ : পৃথিৱীৰ উপৰিভাগত ধূলি, বালি আদি গোট খাই টান হোৱা খণ্ড বা পদার্থ:খনিকৰজনে শিলৰ মূর্তি বনাই আছে
ଉଦାହରଣ :
ସମକକ୍ଷ : অশ্ম, উপল, পাথৰ, পাষাণ, প্রস্তৰ, শিলা, ষ্টোন
ସଂସ୍ଥାପନ କରନ୍ତୁ