ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : পানী আৰু আহাৰ আহৰণ কৰিবৰ কাৰণে মাটিত খামুচি থকা উদ্ভিদৰ নিম্নাংশ
ଉଦାହରଣ : আয়ুর্বেদিক চিকিৎসাত বিভিন্ন প্রকাৰৰ শিপা ব্যৱহাৰ কৰা হয়
ସମକକ୍ଷ : পম, মূল, শিহা, শিহৰি, শিয়া
ଅର୍ଥ : ঔষধৰ কামত অহা গছৰ মূল বিশেষ
ଉଦାହରଣ : বৈদ্যই এডাল শিপা পিহি ৰোগীক তাৰ ৰস খুৱালে
ସଂସ୍ଥାପନ କରନ୍ତୁ