ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : হিত কথা বা কাম কৰিবলৈ কোৱা কার্য
ଉଦାହରଣ : গীতাত ভগৱান কৃষ্ণই দিয়া উপদেশ সমগ্র মানৱ সমাজৰ কাৰণে মঙ্গলজনক
ସମକକ୍ଷ : উপদেশ
ଅର୍ଥ : বিদ্যা, সংগীত আদি পঢ়োৱা বা শিকোৱা কার্য
ଉଦାହରଣ : পাঠশালাত ভালেমান বিষয়ৰ শিক্ষা দিয়া হয়
ସମକକ୍ଷ : তালিম
ଅର୍ଥ : শিকোৱা বা শিকা কোনো হিতকাৰী কথা
ଉଦାହରଣ : সদায় সত্যৰেই যে জয় হয় এই শিক্ষা আমাৰ মহাকাব্যবোৰৰ পৰা পোৱা যায়
ସମକକ୍ଷ : উপদেশ, জ্ঞান, বুজনি, শিকনি
ସଂସ୍ଥାପନ କରନ୍ତୁ