ଅର୍ଥ : মহিলাই শৰীৰত লিপিটখুৱাই পৰিধান কৰা এক প্রকাৰৰ বস্ত্র
ଉଦାହରଣ :
সীতাই সেউজীয়া ৰঙৰ শাৰী পিন্ধিবলৈ ভাল পায়
ଅର୍ଥ : একেলগে বা মাজত কিছু ইফাল সিফাল হৈ কিছু দূৰলৈকে থকা কম বহল আৰু দীঘল বস্তু বা ভূভাগ
ଉଦାହରଣ :
ৰাস্তাৰ দুয়োফালে দোকানৰ দীঘল শাৰী আছে
ସମକକ୍ଷ : লানী
ଅର୍ଥ : ক্রম অনুসাৰে হোৱা অৱস্থা
ଉଦାହରଣ :
দোকানবোৰৰ ক্রমানুসাৰিতাই পথটোৰ শোভা বৃদ্ধি কৰিছে
ସମକକ୍ଷ : অনুক্রম, অনুক্রমিকতা, ক্রমপর্যায়, ক্রমানুসাৰিতা, ক্রমান্বয়তা, ক্রমিকতা
ଅର୍ଥ : কোনো পৃষ্ঠ বা কোনো বস্তুৰ পর্দা আদিত পোন শাৰীত লিখা লিখনি
ଉଦାହରଣ :
উদাহৰণৰ বাবে আপুনি পঞ্চম পংক্তিটো চাৱক
ସମକକ୍ଷ : পংক্তি