ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : এক ধৰণৰ সৰু ফোঁহা
ଉଦାହରଣ : তেওঁৰ ্গোটেই মুখতে শালমন ওলাইছে
ସମକକ୍ଷ : শালমইনা
ଅର୍ଥ : ছালত কাঁইটৰ দৰে ওলোৱা এক ধৰণৰ ছালৰ ৰোগ
ଉଦାହରଣ : তেওঁৰ প্রতিবছৰ শাতকালি শালমন ওলায়
ଅର୍ଥ : বিশেষকৈ ডেকা বয়সত মুখ আদিত ওলোৱা গুটি গুটি ৰূপ
ଉଦାହରଣ : তেওঁ ্ শালমন নাইকীয়া কৰিবলৈ সদায় হালধি আৰু চন্দনৰ লেপন দিয়ে
ସମକକ୍ଷ : প্রেমগুটি, শালমইনা
ସଂସ୍ଥାପନ କରନ୍ତୁ