ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ শাল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

শাল   বিশেষ্য

ଅର୍ଥ : তেল বা কুঁহিয়াৰ পেৰা যন্ত্র

ଉଦାହରଣ : খেতিয়কে শালত কুঁহিয়াৰ পেৰি আছে

ସମକକ୍ଷ : ???

ଅର୍ଥ : এজোপা সুকাঠী বহুত ডাঙৰ গছ

ଉଦାହରଣ : শাল কাঠ ঘৰুৱা সা-সৰঞ্জাম বনোৱা কামত ব্যৱহৃত হয়

ସମକକ୍ଷ : শাল গছ

ଅର୍ଥ : কাঠৰ কুণ্ডাবিশেষ যʼত বাঢ়ৈ, কমাৰ আদিয়ে কোনো বস্তু গঢ় দিয়ে

ଉଦାହରଣ : কমাৰে শালত কেৰাহীখন থৈ পিটি আছে

ଅର୍ଥ : শালিবলৈ ব্যৱহৃত কাঠৰ বা বাঁহৰ খিলি

ଉଦାହରଣ : ৰাতিৰ আন্ধাৰত তেওঁ ্শালত খুন্দা মাৰিলে

ସମକକ୍ଷ : কীলক, স্থানু