ଅର୍ଥ : চিকিৎসাশাস্ত্রত ফোঁহা, ৰোগগ্রস্তঅংগ আদি কটা-টিঙা কৰা কার্য
ଉଦାହରଣ :
এই ৰোগটোৰ চিকিৎসা অপাৰেচনৰ যোগেদিহে সম্ভৱ
ସମକକ୍ଷ : অপাৰেচন, অপাৰেশ্যন, শল্য চিকিৎসা, শল্যকর্ম
ଅର୍ଥ : শৰীৰৰ ভিতৰৰ কোনো অংশ আৰোগ্য কৰিবৰ কাৰণে কটা-চিঙা কৰি ভাল কৰিবৰ কাৰণে বিধান থকা শাস্ত্র বিশেষ
ଉଦାହରଣ :
মাধৱে শল্যচিকিৎসাৰ অধ্যয়ন কৰি আছে
ସମକକ୍ଷ : শল্য শাস্ত্র, শল্য-চিকিৎসা, শল্য-শাস্ত্র