ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ শক্তিশালী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

শক্তিশালী   বিশেষণ

ଅର୍ଥ : বহুত জোৰৰ

ଉଦାହରଣ : শচীনৰ শক্তিশালী বেটিঙৰ কাৰণে ভাৰতে জয়লাভ কৰিলে

ସମକକ୍ଷ : জোৰদাৰ

ଅର୍ଥ : যʼত প্রভাৱ থাকে

ଉଦାହରଣ : তেওঁ ্প্রভাৱশালী কন্ঠেৰে এই কামটো আজিয়েই হʼব লাগিব বুলি কʼলে

ସମକକ୍ଷ : প্রভাৱশালী

ଅର୍ଥ : যাৰ বল বা শক্তি আছে

ଉଦାହରଣ : অশোক এজন শক্তিশালী ৰজা আছিল তেওঁ ্জোৰদাৰ অভিনয় কৰিলে

ସମକକ୍ଷ : জোৰদাৰ

ଅର୍ଥ : যাৰ বহুত বেছি প্রতাপ থাকে

ଉଦାହରଣ : ৰাবন এজন প্রতাপী ৰজা আছিল

ସମକକ୍ଷ : প্রতাপশালী, প্রতাপী, বিক্রমী

ଅର୍ଥ : অত্যন্ত পৰাক্রমী

ଉଦାହରଣ : চিকন্দৰ শক্তিমন্ত ৰজাসকলৰ ভিতৰত এজন

ସମକକ୍ଷ : অপ্রতিহত, বিক্রমশালী, শক্তিমন্ত, ্দুর্জয়, ্পৰাক্রমী