ଅର୍ଥ : শৰীৰৰ বল
ଉଦାହରଣ :
সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়
ସମକକ୍ଷ : জোৰ, শকতি, শাৰীৰিক বল, শাৰীৰিক শক্তি
ଅର୍ଥ : প্রাকৃতিক ভাণ্ডাৰ
ଉଦାହରଣ :
বিজুলীশক্তিৰ উৎপাদন প্রাকৃতিক শক্তিৰ পৰা কৰা হয়
ଅର୍ଥ : তন্ত্রত বর্ণিত এগৰাকী অধিষ্ঠাত্রী দেৱী যাৰ উপাসনা কৰা সকলক শাক্ত বুলি কোৱা হয়
ଉଦାହରଣ :
প্রাচীন কালৰ পৰা শক্তিৰ উপাসনা চলি আহিছে
ଅର୍ଥ : কোনোৱে কিবা কৰিব পৰাৰ যোগ্যতা
ଉଦାହରଣ :
কিছুমান মানুহে নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰে
ସମକକ୍ଷ : অধিকাৰ
ଅର୍ଥ : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি
ଉଦାହରଣ :
পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল
ସମକକ୍ଷ : চাপ