ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : শৰীৰৰ বল
ଉଦାହରଣ : সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়
ସମକକ୍ଷ : জোৰ, শক্তি, শাৰীৰিক বল, শাৰীৰিক শক্তি
ଅର୍ଥ : কিবা কৰিব পৰা শক্তি
ଉଦାହରଣ : তোৰ শকতি নো কিমান যে মই তোক দেখি ভয় খাম
ସମକକ୍ଷ : সামর্থ্য
ଅର୍ଥ : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়
ଉଦାହରଣ : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব
ସମକକ୍ଷ : জোৰ, তেজ, পৰাক্রম, বল, শক্তি
ସଂସ୍ଥାପନ କରନ୍ତୁ