ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ লৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

লৰা   বিশেষ্য

ଅର୍ଥ : লৰি থকা কার্য

ଉଦାହରଣ : মোৰ সোঁ চকুটো লৰাৰ কাৰণে বৰ অশান্তিত আছোঁ

লৰা   ক্ৰিয়া

ଅର୍ଥ : চলমান কৰোৱা বা দুলন কার্য

ଉଦାହରଣ : ঢৌবোৰ তাৰ আগে-পিছে দুলি আছিল

ସମକକ୍ଷ : জোকাৰি দিয়া, জোলা, দুলা, দুলি থকা, হেন্দোলা

ଅର୍ଥ : কোনো অংগৰ হঠাৎ স্পন্দন হোৱা

ଉଦାହରଣ : মোৰ চকুদুটা কঁপিছে

ସମକକ୍ଷ : কঁ্পা

ଅର୍ଥ : নিজৰ স্থানৰ পৰা অলপ ইফাল-সিফাল হোৱা

ଉଦାହରଣ : বতাহত পাতবোৰ লৰিছে

ସମକକ୍ଷ : লৰচৰ কৰা