ଅର୍ଥ : কোনো বস্তু প্রয়োজনতকৈ অধিক ব্যৱহাৰ হোৱা বা নষ্ট হোৱা
ଉଦାହରଣ :
এই গাড়ীখনে বহুত পেট্রʼল খায়
ସମକକ୍ଷ : খোৱা
ଅର୍ଥ : কাৰোবাৰ সন্মুখত কোনো ঘটনা আদিৰ সৈতে সম্বন্ধিত লোকৰ নাম কোৱা
ଉଦାହରଣ :
তেওঁ পুলিচৰ আগত চাৰিজন লোকৰ নাম লʼলে
ସମକକ୍ଷ : কোৱা
ଅର୍ଥ : ভাড়াত কোনো যান-বাহন আদি লোৱা
ଉଦାହରଣ :
আমি বিদ্যালয়লৈ যাবৰ কাৰণে এখন টেক্সি ঠিক কৰিলোঁ
ସମକକ୍ଷ : ঠিক কৰা
ଅର୍ଥ : বাচি লোৱা
ଉଦାହରଣ :
মাঁৰ চাৰিখন শাৰীৰ ভিতৰত শীলাই এখন লʼলে
ଅର୍ଥ : কʼৰবালৈ যাবৰ কাৰণে কোনো বাহন বা ৰাস্তাৰ ব্যৱহাৰ কৰা
ଉଦାହରଣ :
মুম্বাইলৈ যাবৰ কাৰণে মই দহ বজাৰ ৰেল ধৰিলো আমি তালৈ যাবৰ কাৰণে এখন ৰিক্সা লʼলোঁ
ସମକକ୍ଷ : ধৰা
ଅର୍ଥ : কাৰোবাৰ পৰা বা কʼৰবাৰ পৰা কোনো বস্তু আদি নিজৰ হাতলৈ অনা বা অধিকাৰ কৰা:মোৰ কিতাপখন কোনে লʼলে ? তেওঁ অধ্যক্ষৰ হাতৰ পৰা পুৰস্কাৰ গ্রহণ কৰিলে
ଉଦାହରଣ :
ସମକକ୍ଷ : গ্রহণ কৰা
ଅର୍ଥ : * কোনো ভূমিকা বা পদ আদি গ্রহণ কৰা
ଉଦାହରଣ :
নিজৰ মাজতে বিচাৰ-বিশ্লেষণ কৰি সুৰেশে অধ্যক্ষৰ পদটো গ্রহণ কৰিলে
ସମକକ୍ଷ : গ্রহণ কৰা, স্বীকাৰ কৰা
ଅର୍ଥ : কাপোৰ-কানি আদি গাত ধাৰণ কৰা:তেওঁ ্ গা-পা ধুই ভাল কাপোৰ পিন্ধিলে
ଉଦାହରଣ :
ସମକକ୍ଷ : উৰা, পিন্ধা, পৰিধান কৰা
ଅର୍ଥ : কোনো দায়িত্ব, কাম আদি কৰাৰ দায়িত্বভাৰ লোৱা
ଉଦାହରଣ :
বিয়াৰ গোটেই দায়িত্বভাৰ মই লʼলোঁ
ସମକକ୍ଷ : গ্রহণ কৰা, স্বীকাৰ কৰা