ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : শৰীৰৰ ওপৰত থকা বহুত সৰু আৰু পাতল চুলি
ଉଦାହରଣ : ভয়ৰ কাৰণে শ্যামৰ গাৰ নোম শিঁয়ৰি উঠিল
ସମକକ୍ଷ : নোম
ଅର୍ଥ : জন্তুৰ ছালৰ ওপৰৰ অংশৰ পৰা ওলোৱা সূতাৰ লেখীয়া পাতল আৰু দীঘল এক ধৰণৰ বস্তু
ଉଦାହରଣ : বান্দৰৰ গোটেই দেহ নোমেৰে আৱৰা
ସଂସ୍ଥାପନ କରନ୍ତୁ