ଅର୍ଥ : জনসাধাৰণ বিশেষকৈ গ্রাম্যলোকৰ মাজত প্রচলিত গাথা বা কাহিনী
ଉଦାହରଣ :
সৰুতে আইতাৰ পৰা সাধু শুনিবলৈ খুউব জোৰ কৰিছিলো
ସମକକ୍ଷ : গল্প, লোক কথা, লোক কাহিনী, সাধু
ଅର୍ଥ : লোক পৰম্পৰা অনুসৰি চলি অহা কথা, কিন্তু যাৰ কোনো সঠিক বা যাৱতীয় প্রমাণ নাথাকে
ଉଦାହରଣ :
এই মন্দিৰটোক লৈ ভালেমান লোককথা প্রচলিত হৈ আহিছে
ସମକକ୍ଷ : কিম্বদন্তী, জনপ্রবাদ, লোকপ্রবাদ