ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ লেতেৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

লেতেৰা   বিশেষ্য

ଅର୍ଥ : কোনো বস্তুৰ পৰা ওলোৱা বা তাৰ ওপৰত জমা হোৱা তৰপ বা ধূলি

ଉଦାହରଣ : কাপোৰৰ পৰা ময়লা গুচাবলৈ হʼলে চাবোনেৰে ধুব লাগে

ସମକକ୍ଷ : মল, ময়লা

লেতেৰা   বিশেষণ

ଅର୍ଥ : যাৰ চাল-চলন বা ঢং, স্বভাৱ আদি ভাল নহয়

ଉଦାହରଣ : বেয়া লʼৰা-ছোৱালীৰ লগত নেখেলিবা

ସମକକ୍ଷ : বেয়া

ଅର୍ଥ : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়

ଉଦାହରଣ : স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে তেওঁৰ মনটো মলিন হৈ আছে

ସମକକ୍ଷ : অনুজ্জ্বল, অপৰিচ্ছন্ন, অপৰিষ্কাৰ, অপৰিষ্কৃত, আবিল, কলুষিত, ক্লেদাক্ত, খেহেটা, ঘোলা, নাগলি, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা-পেতেৰা

ଅର୍ଥ : যিটোৰ শোধন কৰা হোৱা নাই

ଉଦାହରଣ : অশোধিত পানী স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক

ସମକକ୍ଷ : অপৰিষ্কৃত, অশুদ্ধ, অশোধিত, অসংশোধিত