ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ লেখা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

লেখা   বিশেষ্য

ଅର୍ଥ : কোনো বিষয়ৰ বিশ্লেষণাত্মক বিৱৰণ যʼত নির্দিষ্ট বিষয়টোৰ লগত সম্বন্ধ থকা বিভিন্নজনৰ মতামত, মন্তব্য, তথ্য আদিৰ তুলনামূলক আৰু পাণ্ডিত্যপূর্ণ আলোচনা কৰা হয়

ଉଦାହରଣ : নিবন্ধকাৰজনে এই প্রবন্ধটোৰ জৰিয়তে জাতীয়তাবাদৰ বিষয়ে আলোকপাত কৰিছে

ସମକକ୍ଷ : নিবন্ধ, প্রবন্ধ, ৰচনা

ଅର୍ଥ : কোনো বিষয়ৰ ওপৰত লিখি প্রকাশ কৰা বস্তু

ଉଦାହରଣ : তেওঁৰ শিক্ষাহীনতাৰ ওপৰত লিখা লেখাটো আজিৰ বাতৰি কাকতত প্রকাশ পাইছে

ସମକକ୍ଷ : লিখনি, লেখনি