ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : লিপা, মচা বা ঘঁহ্া বস্তু
ଉଦାହରଣ : মায়ে মাটিৰ বেৰখন গোবৰ আৰু মাটিৰ লেওৰে লিপি আছে
ସମକକ୍ଷ : খচা-মাটি
ଅର୍ଥ : কোনো বস্তুৰ গাঢ় আঠালেটীয়া ৰূপ
ଉଦାହରଣ : তেওঁ বেৰত ্মাটিৰ লেও লগাই আছিল
ସମକକ୍ଷ : পেষ্ট, লেপন
ଅର୍ଥ : কোনো বস্তুৰ পৃষ্ঠ ভাগত অন্য কোনো বস্তু সনা কার্য
ଉଦାହରଣ : কুমাৰে টেকেলিটোত মাটিৰ প্রলেপ লগাই আছে
ସମକକ୍ଷ : প্রলেপ, লেপন
ସଂସ୍ଥାପନ କରନ୍ତୁ