ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ লুটা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

লুটা   বিশেষ্য

ଅର୍ଥ : লুটপাত কৰা কার্য ্বা ভাব

ଉଦାହରଣ : ডকাইতে মহাজনৰ ঘৰ লুটাৰ পিছত আৰামত গুচি গʼল

লুটা   ক্ৰিয়া

ଅର୍ଥ : অনুচিতভাৱে লোৱা

ଉଦାହରଣ : আজিকালি লʼৰা-ছোৱালীৰ প্রৱেশৰ কাৰণে বৰঙণিৰ নামত শিক্ষা সংস্থা সমূহে লুটিছে

ଅର୍ଥ : বহুত দাম লোৱা

ଉଦାହରଣ : আজিকালিৰ দোকানীয়ে গ্রাহকক প্রায়েই ঠগে

ସମକକ୍ଷ : ঠগা

ଅର୍ଥ : কাৰোবাক অত্যধিক খৰচ কৰোৱা

ଉଦାହରଣ : সুনীলে নতুন চাকৰি পোৱাৰ খবৰটো পোৱাৰ পিছত লগৰীয়াসকলে অভ্যর্থ্্নাৰ নামত ্তেওঁক খুউব লুটিলে

ଅର୍ଥ : ডকা-হকা দি বা বলপূর্বক্্ভাৱে কোনো বস্তু লৈ যোৱা কার্য

ଉଦାହରଣ : আমাৰ চহৰত এজন মহাজনক লুটিলে

ସମକକ୍ଷ : লুটপাত কৰা