ଅର୍ଥ : আখৰ আদিৰ আকৃতিৰ ৰূপ দিয়া কার্য
ଉଦାହରଣ :
লʼৰা-ছোৱালীবোৰে ক খ গ ঘ লিখি আছে মই এখন চিঠি লিখি আছো
ସମକକ୍ଷ : লিখা
ଅର୍ଥ : খাতা আদিত লিখা কার্য
ଉଦାହରଣ :
বকেয়া ধনৰাশি আপোনাৰ খাতাত লিপিবদ্ধ কৰা হৈছে
ସମକକ୍ଷ : অন্তর্ভুক্ত ্কৰা, তোলা