ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ওকণীৰ কণী
ଉଦାହରଣ : তাইৰ চুলিত লেখি ওকণী হৈছে
ସମକକ୍ଷ : ফুটনি, লেখি
ଅର୍ଥ : লিপিৰ ৰূপত লিখা কার্য
ଉଦାହରଣ : ইতিহাসৰ বেছিভাগ ঘটনাৰ লিপিবদ্ধ কৰা হৈছে
ସମକକ୍ଷ : লিপিবদ্ধ
ଅର୍ଥ : আখৰ আদিৰ আকৃতিৰ ৰূপ দিয়া কার্য
ଉଦାହରଣ : লʼৰা-ছোৱালীবোৰে ক খ গ ঘ লিখি আছে মই এখন চিঠি লিখি আছো
ସମକକ୍ଷ : লিপিবদ্ধ কৰা
ଅର୍ଥ : কোনো লেখনি, চিত্র আদি যেনেদৰে আছিল তেনে ধৰণেৰেই প্রস্তুত কৰা
ଉଦାହରଣ : শিক্ষার্থীয়ে কৃষ্ণফলকত লিখা প্রশ্নখিনি নিজৰ বহীত টুকিলে
ସମକକ୍ଷ : কপি কৰা, টোকা, নকল কৰা
ଅର୍ଥ : খাটা, কাগজ আদিত লিখোৱা
ଉଦାହରଣ : তেওঁ ্পঞ্চায়তৰ সভাপতিক কৈ নিজৰ নামটো ভোটাৰ তালিকাত ভৰালে
ସମକକ୍ଷ : ভৰোৱা, লিখোৱা
ସଂସ୍ଥାପନ କରନ୍ତୁ