ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : শিৱ বা মহাদেৱৰ লিংগ যাৰ পূজা কৰা হয়
ଉଦାହରଣ : পুৰাতন কালত শিৱলিংগৰ পূজা কৰা হয়
ସମକକ୍ଷ : শিৱ লিংগ, শিৱলিংগ
ଅର୍ଥ : পুৰুষ আৰু স্ত্রীৰ প্রভেদ নি্র্ণয় কৰিবলৈ ব্যাকৰণত সংজ্ঞায়িত কৰা শ্্ব্দ বিশেষ বা যিহৰ দ্বাৰা পুৰুষ আৰু স্ত্রীৰ প্রভেদৰ বিষয়ে অৱগত হʼব পাৰি
ଉଦାହରଣ : হিন্দীত দুই প্রকাৰৰ লিংগ থকাৰ বিপৰীতে সংস্কৃতত তিনি প্রকাৰৰ লিংগ পোৱা যায়
ସମକକ୍ଷ : লিঙ্গ
ସଂସ୍ଥାପନ କରନ୍ତୁ