ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ লালসা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

লালসা   বিশেষ্য

ଅର୍ଥ : কাৰোবাক লোভ দেখুৱাই নিজৰ ফলীয়া কৰা কোনো কথা বা কাম

ଉଦାହରଣ : কান্দি থকা শিশুটোক প্রলোভন জৰিয়তে সহজে শান্ত কৰিব পৰা যায়

ସମକକ୍ଷ : প্রলোভন

ଅର୍ଥ : কিবা পাবৰ কাৰণে মনত উপজা অত্যধিক ইচ্ছা বা আগ্রহ যাক অনুচিত হিচাপে বিবেচনা কৰা হয়

ଉଦାହରଣ : যিকোনো বস্তুৰ প্রতি অত্যধিক লোভ ভাল নহয়

ସମକକ୍ଷ : প্রলোভ, মোহ, লালচ, লিপ্সা, লোভ

ଅର୍ଥ : প্রবল অভিলাষ বা তীব্র ইচ্ছা

ଉଦାହରଣ : মানুহৰ উৰাৰ প্রতি থকা লালসাৰ কাৰণেই উৰা জাহাজৰ আৱিষ্কাৰ হৈছিল