ଅର୍ଥ : কোনো কামত লগাতকৈ বেছি উপার্জন ্কৰা
ଉଦାହରଣ :
তেওঁ ফলমূলৰ ব্যৱসায়ৰ যোগেদি বহুত লাভ কৰিছে
ସମକକ୍ଷ : লাভ অর্জন ্কৰা, লাভান্বিত হোৱা
ଅର୍ଥ : কোনা প্রতিযোগিতা, পৰীক্ষা আদিত কোনো মূল্যাঙ্কন, স্থান আদি লাভ কৰা
ଉଦାହରଣ :
এই খেলত মই প্রথম স্থান লাভ কৰিলোঁ
ସମକକ୍ଷ : পোৱা
ଅର୍ଥ : প্রাপ্ত হোৱা বা পোৱা কার্য
ଉଦାହରଣ :
তেওঁৰ ্ হেৰুৱা বস্তুটো পালেনে নাই মই বহুত ধন লাভ কৰিলো
ସମକକ୍ଷ : পোৱা, প্রাপ্তি ঘটা