ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কাৰোবাৰ ভালৰ কাৰণে কাৰোবাৰ দ্বাৰা বা আন কোনো প্রকাৰেৰে হোৱা কার্য
ଉଦାହରଣ : সকলোৰে মংগল হোৱা কাম কৰা উচিত
ସମକକ୍ଷ : কল্যাণ, ভাল, মংগল, হিত
ଅର୍ଥ : বেপাৰ-বণিজ বা কোনো কাম আদিত হোৱা আয়
ଉଦାହରଣ : তেওঁ ্ কাপোৰৰ ব্যৱসায়ত খুউব লাভ কৰিছে মিছা কথা কৈ মোৰ কি লাভ হʼব
ସମକକ୍ଷ : টেক্কা, তিফাইত, ফইদা, ফয়দা, মুনাফা
ସଂସ୍ଥାପନ କରନ୍ତୁ