ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : চকৰীৰ আধাৰত ঘূৰি থকা গোলাকাৰ খণ্ডবিশেষ
ଉଦାହରଣ : লাটুমটো নিজৰ আধাৰৰ পৰা দূৰলৈ দলিয়াই পঠিওৱা হʼল
ସମକକ୍ଷ : চকৰি
ଅର୍ଥ : কাঠ আদিৰে তৈয়াৰী খুব ঘূৰাব পৰা সৰু খেলনা বিশেষ
ଉଦାହରଣ : লʼৰা-ছোৱালীবোৰে চকৰী নচুৱাই আছে
ସମକକ୍ଷ : চকৰী, লাটিম
ଅର୍ଥ : পকাই লগোৱা সূতাৰ সহায়ত ঘূৰোৱা চকৰিৰ আকাৰৰ এবিধ খেলা সামগ্রী
ଉଦାହରଣ : লʼৰা-ছোৱালীবোৰে পথাৰত লাটুম ঘূৰাই আছে
ସମକକ୍ଷ : লাটিম
ସଂସ୍ଥାପନ କରନ୍ତୁ