ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাৰ স্বভাৱগতভাৱে অলপতে লাজ লাগে
ଉଦାହରଣ : কেতিয়াবা লাজুক ব্যক্তিয়ে লাজৰ কাৰণেই নিজৰ কথা কʼব নোৱাৰে
ସମକକ୍ଷ : লজুৱা, লজ্জাবান, লজ্জাশীল, লাজুক
ଅର୍ଥ : সংকোচ বা লাজ কৰোতা বা যʼত সংকোচ আছে
ଉଦାହରଣ : মোহন বহুত লাজকুৰীয়া স্বভাৱৰ লʼৰা
ସମକକ୍ଷ : লজ্জাশীল
ସଂସ୍ଥାପନ କରନ୍ତୁ