ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ লাগি ধৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

লাগি ধৰা   ক্ৰিয়া

ଅର୍ଥ : আঠাজাতীয় বস্তুৰ সৈতে কোনো দুটা বস্তু পৰস্পৰ লগলাগি যোৱা

ଉଦାହରଣ : কাগজখন কাঠডালত লাগি ধৰিল

ସମକକ୍ଷ : আঁট ্খোৱা

ଅର୍ଥ : শৰীৰৰ কোনো শিৰা, পেশী আদি জঠৰ হোৱা

ଉଦାହରଣ : মোৰ ডিঙিটো টানি ধৰিছে

ସମକକ୍ଷ : টানি ধৰা, পাক খোৱা, মোচোকা খোৱা

ଅର୍ଥ : দুটা বস্তু এক কৰিবলৈ পৰস্পৰৰ পিঠি বা তল লগ লগোৱা

ଉଦାହରଣ : শিশুটোৱে ভয় খাই মাকৰ কোলাত লিপিট খাই ধৰিলে শল্য চিকিৎসাৰ দ্বাৰা তেওঁৰ ্ কটা আঙুলিটো লগ লাগিল

ସମକକ୍ଷ : আঠা লগা, লগ লগা, লিপিট খোৱা, সাবটি ধৰা

লাগি ধৰা   বিশেষণ

ଅର୍ଥ : যি ওলমি পৰিছে

ଉଦାହରଣ : দীপকে গছত লাগি ধৰা চিলাখন এৰোৱাই আছে

ସମକକ୍ଷ : ওলমি থকা, ফাঁচ লগা