ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ লহৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

লহৰ   বিশেষ্য

ଅର୍ଥ : প্রাকৃতিক অথবা কৃত্রিম কাৰণত উৎপন্ন হোৱা কোনো বস্তুৰ লহৰ যি কোনো শৰীৰ বা বাতাৱৰণত প্রৱাহিত হৈ থাকে

ଉଦାହରଣ : বিদ্যুততো তৰঙ্গ থাকে

ସମକକ୍ଷ : ঢৌ, তৰংগ, তৰঙ্গ

ଅର୍ଥ : শৰীৰত কোনো মনোবেগ উঠা কার্য

ଉଦାହରଣ : জনতাৰ মাজত নেতাৰ প্রতি ক্রোধৰ লহৰ আছে

ଅର୍ଥ : হঠাৎ জোৰেৰে অহা প্রৱাহ

ଉଦାହରଣ : পানীৰ লহৰবোৰ শিলত ঠেকা খাই আগুৱাই গৈ আছে

ସମକକ୍ଷ : ধাৰ

ଅର୍ଥ : নদী, সাগৰ আদিৰ পানীভাগ লাহে-লাহে দূৰৰ পৰা ৰৈ ৰৈ ওপৰলৈ উঠি পুনৰ তললৈ নামি সমান্তৰালভাৱে সৃষ্টি কৰা এক ৰূপ

ଉଦାହରଣ : সাগৰৰ ঢৌবোৰ শিলত খুন্দা খাই ওপৰলৈ উঠি গৈছে

ସମକକ୍ଷ : উর্মি, কল্লোল, ঢৌ, তৰংগ, তৰঙ্গ, লহৰী, হিল্লোল