ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ লগোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

লগোৱা   বিশেষ্য

ଅର୍ଥ : লগোৱা কার্য

ଉଦାହରଣ : গছপুলি কেৱল লগোৱাটোৱেই আৱশ্যকীয় নহয় বৰঞ্চ তাৰ চোৱা-চিতা কৰাটো অতি জৰুৰী

ଅର୍ଥ : কোনো বস্তু লগোৱা বা স্থাপন কৰা কার্য

ଉଦାହରଣ : দূৰভাষ লগাওতে অধিক সময় নালাগিব

লগোৱা   ক্ৰিয়া

ଅର୍ଥ : পৰস্পৰৰ মাজত এনেভাৱে মিলিত হোৱা যাতে দুজনৰ পৃষ্ঠ বা তল পৰস্পৰৰ গাত লাগি যায়

ଉଦାହରଣ : তুমি নিজৰ শৰীৰটো মোৰ গাত নলগাবা

ଅର୍ଥ : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া

ଉଦାହରଣ : লতাই কুর্তাটোত বুটাম লগাই আছে

ସମକକ୍ଷ : চিলাই কৰা, জোৰা লগোৱা, সীওৱা, সীৱন কৰা

ଅର୍ଥ : ভালদৰে স্থিৰ কৰা কার্য

ଉଦାହରଣ : ৰাজমিস্ত্ৰীয়ে মজিয়াত টাইলচ লগাইছে

ସମକକ୍ଷ : বহুওৱা

ଅର୍ଥ : কোনো বস্তু আদিত কোনো বস্তু বহুওৱা

ଉଦାହରଣ : সোণাৰীয়ে সোণৰ আঙঠিত হীৰা লগাইছে

ସମକକ୍ଷ : খটোৱা

ଅର୍ଥ : কোনো এবিধ বস্তুৰ গাত আন বস্তু বিয়পাই দিয়া

ଉଦାହରଣ : কিছুমান মানুহে ৰুটিত ঘিউ সানি লয়

ସମକକ୍ଷ : ঘঁ্হা, সনা

ଅର୍ଥ : এটা বস্তুৰ ওপৰত অন্য কোনো এটা বস্তু মেৰিয়াই দিয়া বা জাপি দিয়া

ଉଦାହରଣ : সেউজীয়া ৰঙটোৰ ওপৰত ৰঙা ৰং লগাইছে

ସମକକ୍ଷ : অভিলেপ কৰা, চৰোৱা

ଅର୍ଥ : কোনো সঠিক ঠাইত উপনীত কৰোৱা

ଉଦାହରଣ : ড্রাইভাৰে গাড়ীখন বাছ আস্থানত লগালেহি

ଅର୍ଥ : উদ্ভিদ আদিৰ ৰোপন কার্য

ଉଦାହରଣ : মালীয়ে টাবত গোলাপৰ কলম লগালে

ସମକକ୍ଷ : ৰোপন কৰা

ଅର୍ଥ : ব্যৱহাৰ বা কামত অহা

ଉଦାହରଣ : ৰাজগীৰে এই ঘৰটোত এশ বস্তা চিমেণ্ট লগালে

ସମକକ୍ଷ : খৰচ কৰা

ଅର୍ଥ : কার্যত সংলগ্ন কৰোৱা

ଉଦାହରଣ : এক একৰ খেতিৰ শষ্য কাটিবলৈ খেতিয়কে পাঁচজন মানুহ লগালে

ଅର୍ଥ : কোনো বস্তুক সহজে ওলাব নোৱাৰাকৈ কʼৰবাত স্থিৰ কৰি থোৱা কার্য

ଉଦାହରଣ : সৈনিকসকলে কামানটো শিলৰ ওপৰত লগালে

ସମକକ୍ଷ : ওলোমাই থোৱা

ଅର୍ଥ : কোনো এক বস্তুৰ ওপৰত আন কোনো বস্তু তৰপ দিয়া

ଉଦାହରଣ : হিন্দুসকলে বিবাহ উপলক্ষত দৰা-কইনাৰ শৰীৰত মাহ-হালধি লগায়

ସମକକ୍ଷ : লেপন লগোৱা, সনা

ଅର୍ଥ : সঠিক ক্রমেৰে উচিত ঠাইত দেখিলেই ভাল লগাকৈ থোৱা অৱস্থা

ଉଦାହରଣ : দোকানীয়ে দোকানত বস্তুবোৰ সজাইছে

ସମକକ୍ଷ : ব্যৱস্থিত কৰা, সজোৱা

ଅର୍ଥ : ছাতি, চছমা আদি ধাৰণ কৰা

ଉଦାହରଣ : আজিকালি সৰু-সৰু লʼৰা-ছোৱালীয়েও চছমা লগায়

ସମକକ୍ଷ : ধাৰণ কৰা

ଅର୍ଥ : কাৰোবাৰ ওপৰত দোষ আদি দিয়া

ଉଦାହରଣ : তেওঁ নিজৰ দোষ মোৰ ওপৰত আৰোপ কৰিলে

ସମକକ୍ଷ : আৰোপ কৰা, দিয়া

ଅର୍ଥ : বিনিয়োগ কৰা

ଉଦାହରଣ : তেওঁ নিজৰ বহুত ধন শ্বেয়াৰ মার্কেটত বিনিয়োগ কৰিছে

ସମକକ୍ଷ : খটুৱা, বিনিয়োগ কৰা

ଅର୍ଥ : কোনো বস্তুৰ ওপৰত কিবা সিয়া, লগোৱা বা জোৰা দিয়া কার্য

ଉଦାହରଣ : কামিজত বুটাম লগাই দিয়া

ସମକକ୍ଷ : লগাই দিয়া