ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : গৈ পোৱা ঠাই বা যি ঠাইলৈ যাবলগীয়া আছে
ଉଦାହରଣ : ৰঞ্জনে এতিয়াও নিজৰ গন্তব্য স্থানত গৈ পোৱাগৈ নাই
ସମକକ୍ଷ : গন্তব্য, লক্ষ্য
ଅର୍ଥ : নির্দিষ্ট কৰি থোৱা অন্তিম স্থান
ଉଦାହରଣ : দৌৰ প্রতিযোগিতাত একেলগে দুজন প্রতিযোগী গন্তব্য স্থানত উপস্থিত হʼল
ସମକକ୍ଷ : গন্তব্য স্থান
ସଂସ୍ଥାପନ କରନ୍ତୁ