ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ লক্ষ্য ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

লক্ষ্য   বিশেষ্য

ଅର୍ଥ : দেখা কার্য

ଉଦାହରଣ : তেওঁক ্ চোৱাটো মোৰ বাবে জৰুৰী নহয়

ସମକକ୍ଷ : অৱলোকন, চোৱা-, দর্শন, দৃষ্টিপাত, নেত্রপাত, বিলোকন

ଅର୍ଥ : গৈ পোৱা ঠাই বা যি ঠাইলৈ যাবলগীয়া আছে

ଉଦାହରଣ : ৰঞ্জনে এতিয়াও নিজৰ গন্তব্য স্থানত গৈ পোৱাগৈ নাই

ସମକକ୍ଷ : গন্তব্য, লক্ষ্য স্থান

ଅର୍ଥ : যাক লক্ষ্য হিচাপে লৈ কোনো কথা কোৱা হয়

ଉଦାହରଣ : তেওঁ ্মোক কিয় লক্ষ্য কৰি কথাখিনি কʼলে !

ସମକକ୍ଷ : নিচান

ଅର୍ଥ : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ

ଉଦାହରଣ : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?

ସମକକ୍ଷ : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, প্রয়োজন, মতলব, হেতু

ଅର୍ଥ : যাক ধ্যানত ৰাখি কোনো আঘাত বা প্রহাৰ কৰা হয়

ଉଦାହରଣ : অর্জুনৰ ্বাণ সদায় লক্ষ্যত স্থিৰ আছিল

ସମକକ୍ଷ : নিচান

ଅର୍ଥ : যাৰ ওপৰত কোনো উদ্দেশ্যৰে দৃষ্টি ৰখা হয় বা উদৃষ্ট পদার্থ ্বা কথা

ଉଦାହରଣ : এই বছৰ ঘেঁহুৰ ্উৎপাদনৰ লক্ষ্য দহ লাখ টন ৰখা হৈছে