ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : সেনা বা ফৌজত থাকি যুদ্ধ কৰাজন
ଉଦାହରଣ : তেওঁ এজন ্ সাহসী সৈনিক
ସମକକ୍ଷ : চিপাহী, জোৱান, যুঁ্জাৰু, সৈনিক, সৈন্য, ৰণুৱা
ଅର୍ଥ : যিজনে যুদ্ধ কৰে
ଉଦାହରଣ : প্রকৃত যোদ্ধাই যুদ্ধভূমিত নিজৰ প্রাণ দিব পাৰে কিন্তু কেতিয়াও পিছ হুহকি নাহে
ସମକକ୍ଷ : যুঁ্জাৰু, যুজন্তা, যুজোঁতা, যুদ্ধকর্তা, যুদ্ধকাৰী, সংগ্রামী, ৰণুৱা
ଅର୍ଥ : যুঁজ কৰোঁতা, যি পলৰীয়া নহয়
ଉଦାହରଣ : যুঁ্জাৰু যোদ্ধা ৰণভূমিত শ্বহীদ হʼল
ସମକକ୍ଷ : যুঁজন্ত্া, যুঁজোঁতা, যুঁ্জাৰু, যুদ্ধকর্তা, যুদ্ধকাৰী
ସଂସ୍ଥାପନ କରନ୍ତୁ