ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ যোজক ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

যোজক   বিশেষ্য

ଅର୍ଥ : যি সংখ্যা কোনো সংখ্যাৰ সৈতে যোগ কৰিব পৰা যায়

ଉଦାହରଣ : যোজ্য সংখ্যাটোক তিনিটা বেলেগ-বেলেগ সংখ্যাৰে যোগ কৰা

ସମକକ୍ଷ : যোজ্য

ଅର୍ଥ : যিয়ে যোৰা দিয়ে বা মিলায়

ଉଦାହରଣ : এই দুয়োখন চহৰৰ মাজৰ এই পুলটো সংযোজক

ସମକକ୍ଷ : সংযোজক, সমন্বয়ক

ଅର୍ଥ : দুটা বহল ভূখণ্ডক লগ লগোৱা ঠেক ভূখণ্ড, যাৰ দুয়োফালে পানী থাকে

ଉଦାହରଣ : পানামা যোজকে উত্তৰ আৰু দক্ষিণ আমেৰিকাক সংযোগ কৰিছে

ସମକକ୍ଷ : ভূমিসংকট, স্থলসংকট

যোজক   বিশেষণ

ଅର୍ଥ : জোৰা লগোৱা বা মিলোৱা

ଉଦାହରଣ : কিছুমান সমাসবদ্ধ শ্্ব্দৰ মাজত মধ্য সংযোজক চিহ্ন থাকে

ସମକକ୍ଷ : সংযোগী, সংযোজক

ଅର୍ଥ : যিটো যোগ দিব বা প্রযুক্ত কৰিব পৰা যায়

ଉଦାହରଣ : সকলো সংখ্যা কোনো নহয় কোনো সংখ্যাৰ সৈতে যোজ্য হয়

ସମକକ୍ଷ : যোজ্য