ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ যোগ্যতা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

যোগ্যতা   বিশেষ্য

ଅର୍ଥ : জ্ঞান, অনুভব, শিক্ষা আদিৰ সেই বিশেষ গুণ যাৰ আধাৰত কোনোৱে যিকোনো কাম বা পদৰ কাৰণে উপযুক্ত হিচাপে বিবেচিত হয়

ଉଦାହରଣ : প্রতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা বিদ্যার্থীৰ যোগ্যতা বিচাৰ কৰি চোৱা হয়

ସମକକ୍ଷ : উপযুক্ততা, ক্ষমতা, সামর্থ্য

ଅର୍ଥ : কোনো পদ, কার্য আদিৰ কাৰণে যোগ্য হোৱা অৱস্থা বা ভাব

ଉଦାହରଣ : যোগ্যতাৰ কাৰণেই তেওঁ অধ্যাপকৰ পদটো পালে