ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ যোগ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

যোগ   বিশেষ্য

ଅର୍ଥ : নির্দিষ্ট ক্ষণ বা সময়

ଉଦାହରଣ : এতিয়া বিবাহৰ যোগ নাই

ସମକକ୍ଷ : মুহূর্ত

ଅର୍ଥ : গণিতত যুক্ত বা সংযোগ কৰা চিহ্ন

ଉଦାହରଣ : এই অংকৰ প্রশ্নটোত যোগ চিনৰ বিপৰীতে বিয়োগ চিন দিছে

ସମକକ୍ଷ : যোগ চিন

ଅର୍ଥ : একতকৈ অধিক সংখ্যা লগ লগোৱা কার্য

ଉଦାହରଣ : মুঠ অংকটোৰ যোগ কিমান হʼল ?

ଅର୍ଥ : যোগশাস্ত্রত নির্দেশিত ইন্দ্রিয়ক দমন কৰিব পৰা কর্ম

ଉଦାହରଣ : তেওঁ প্রতিদিন যোগসাধনা কৰে

ସମକକ୍ଷ : যোগসাধনা

ଅର୍ଥ : একতকৈ অধিক বস্তু আদিৰ কোনো এঠাইত মিলোৱা বা লগ লগোৱা কার্য

ଉଦାହରଣ : অম্ল আৰু ক্ষাৰৰ সংযোগত লৱণ তৈয়াৰ কৰা হয়

ସମକକ୍ଷ : মিল, মিলন, সংযোগ