ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি ধৰণে
ଉଦାହରଣ : আপুনি যেনেকৈ লʼৰাটোক গালি পাৰি আছে, এইটো উচিত হোৱা নাই
ସମକକ୍ଷ : যি ধৰণে, যি প্রকাৰে
ଅର୍ଥ : যি ধৰণে সম্ভৱ হয়
ଉଦାହରଣ : যেনেদৰেই হওক মোৰ কামটো কাইলৈ হৈ যাব লাগিব
ସମକକ୍ଷ : যেনে ধৰণে, যেনেদৰে
ଅର୍ଥ : যি ক্রমেৰে
ଉଦାହରଣ : যেনেদৰে পৰীক্ষাৰ সময় চমু চাপি আহিল তেনেদৰে, ভয় ভাবো বাঢ়ি আহিল
ସମକକ୍ଷ : যিদৰে, যেনেদৰে
ସଂସ୍ଥାପନ କରନ୍ତୁ