ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ যুদ্ধ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

যুদ্ধ   বিশেষ্য

ଅର୍ଥ : সংকটপূর্ণ ্বা বিপৰীত পৰিস্থিতিৰ পৰা ওলাই আগুৱাই আহিবৰ কাৰণে কৰা প্রয়াস

ଉଦାହରଣ : বহুতো সময়ত আমি নিজৰ সৈতে নিজে সংঘর্ষ কৰিবলগীয়া হয়

ସମକକ୍ଷ : দন্দ্ব, সংঘর্ষ

ଅର୍ଥ : ভয়ানক কিহবাৰ সমাপ্তিৰ বাবে কৰা সন্মিলিত অভিযান

ଉଦାହରଣ : তেওঁ দৰিদ্রতাৰ বিৰুদ্ধে সংগ্রাম আৰম্ভ কৰিলে আমি সন্ত্রাসবাদৰ বিৰুদ্ধে সংগ্রাম আৰম্ভ কৰিব লাগে

ସମକକ୍ଷ : সংগ্রাম

ଅର୍ଥ : শত্রুতাৰ কাৰণে দুটা ফৈদৰ মাজত অস্ত্র-শস্ত্রৰে কৰা হিংসাত্মক কার্য

ଉଦାହରଣ : মহাভাৰতৰ যুদ্ধ ওঠৰ দিন ধৰি চলিছিল

ସମକକ୍ଷ : যুঁজ, যুঁজ-্বাগৰ, যুদ্ধ-বিগ্রহ, লৰাই, সংঘর্ষ, সমৰ, ্সংগ্রাম, ৰণ