ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মোহৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মোহৰ   বিশেষ্য

ଅର୍ଥ : সোণেৰে বনোৱা মুদ্রা

ଉଦାହରଣ : হৰপ্পাৰ খনন কার্যত কিছুমান সোণৰ মুদ্রা পোৱা গৈছিল

ସମକକ୍ଷ : সোণৰ মুদ্রা, সোণৰ মোহৰ, স্বর্ণ মুদ্রা, স্বর্ণমুদ্রা

ଅର୍ଥ : সোণেৰে তৈয়াৰী মুদ্রা

ଉଦାହରଣ : তেওঁ ্ সোণাৰীৰ পৰা মোহৰৰ সলনি ধন লʼলে

ସମକକ୍ଷ : সোণৰ মুদ্রা

ଅର୍ଥ : মোহৰ লগালে হোৱা ছাপ বা আকৃতি

ଉଦାହରଣ : তেওঁ ্কাগজত মৰা ছীলৰ ওপৰত চহী কৰিলে

ସମକକ୍ଷ : ছীল, ষ্টাম্প

ଅର୍ଥ : সোণ বা ৰূপৰ মুদ্রা

ଉଦାହରଣ : বাদশ্বাহে পুৰস্কাৰ হিচাপে কবিক দুটা সোণৰ মোহৰ দিলে

ଅର୍ଥ : ধাতুৰ টুকুৰা আদিৰ সহায়ত ছাপ বহুৱাই মোহৰ বনোৱা কার্য

ଉଦାହରଣ : টাকশালত টকা-পইচাৰ ছাপ মৰা হয়

মোহৰ   বিশেষণ

ଅର୍ଥ : যিহত মোহৰ মৰা হৈছে

ଉଦାହରଣ : এই চেকখনত মোহৰ মৰা আছে

ସମକକ୍ଷ : ষ্টাম্প