ଅର୍ଥ : হৰিণা জাতিৰ মাইকী
ଉଦାହରଣ :
চিৰিয়াখানাত হৰিণীবোৰে দেও দি আছে
ସମକକ୍ଷ : কুৰঙ্গিনী, কুৰঙ্গী, মাইকী হৰিণ, মাইকী হৰিণা, হৰিণী
ଅର୍ଥ : ৰোগী অকস্মাৎ বেহুচ হৈ ঠাইতে পৰি যোৱা এবিধ বেমাৰ
ଉଦାହରଣ :
মৃগী দুৰাৰোগ্য নহয়
ସମକକ୍ଷ : মৃগী বেমাৰ, মৃৰগী, হিষ্টিৰীয়া, ্ আঁৱৰীয়া