ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : শৰীৰৰ ডিঙিৰ ওপৰৰ ভাগ
ଉଦାହରଣ : মূৰত আঘাত কৰিলে মানুহৰ প্রাণহানিও হʼব পাৰে
ସମକକ୍ଷ : একাঙ্গ, প্রধানাঙ্গ, বক্ত্র, বৰাঙ্গ, মস্তক, মাথ, মাথা, মুণ্ডু, মুর্দ্ধা, মূণ্ড, মূণ্ডক, শিৰ
ଅର୍ଥ : দীঘল আৰু চাৰিচুকীয়া বস্তু অন্তিম অংশ
ଉଦାହରଣ : আপোনাৰ শাৰীৰ আগটো কাঁটাত লাগি ধৰিল
ସମକକ୍ଷ : আগ, কাষ
ଅର୍ଥ : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
ଉଦାହରଣ : এই কাঁহীখনৰ কাণটো বৰ পাতল
ସମକକ୍ଷ : কাণ, কাষ, কিনাৰ, প্রান্তৰ
ଅର୍ଥ : শৰীৰৰ যি অংশত মগজু থাকে
ଉଦାହରଣ : মোহনৰ মূৰত চুলি নাই
ସମକକ୍ଷ : মাথা, শিৰ
ଅର୍ଥ : মগজ সম্বন্ধীয়
ଉଦାହରଣ : মগজুৰ শল্য-চিকিৎসাৰ পৰিণতিত ৰোগীৰ মৃত্যু হʼল
ସମକକ୍ଷ : মগজু, মস্তিষ্ক
ସଂସ୍ଥାପନ କରନ୍ତୁ