ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মূল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মূল   বিশেষ্য

ଅର୍ଥ : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়

ଉଦାହରଣ : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়

ସମକକ୍ଷ : অর্থ, কাৰক, কাৰণ, নিমিত্ত, হেতু

ଅର୍ଥ : পানী আৰু আহাৰ আহৰণ কৰিবৰ কাৰণে মাটিত খামুচি থকা উদ্ভিদৰ নিম্নাংশ

ଉଦାହରଣ : আয়ুর্বেদিক চিকিৎসাত বিভিন্ন প্রকাৰৰ শিপা ব্যৱহাৰ কৰা হয়

ସମକକ୍ଷ : পম, শিপা, শিহা, শিহৰি, শিয়া

ଅର୍ଥ : কোনো বস্তু চেপিলে বা পিচিলে ওলোৱা তৰল পদার্থ

ଉଦାହରଣ : পদিনাৰ ৰস পেটৰ কাৰণে বৰ ভাল

ସମକକ୍ଷ : অর্ক, আৰক, নি্র্যাস, ্সাৰ অংশ, ৰস

মূল   বিশেষণ

ଅର୍ଥ : কোনো বস্তুৰ মূল বা তত্ত্বৰ সৈতে সম্বন্ধ ৰাখোতা

ଉଦାହରଣ : সত্য, অহিংসা আৰু প্রেম হৈছে সংস্কৃতিৰ আধাৰ

ସମକକ୍ଷ : আধাৰ, বুনিয়াদ

ଅର୍ଥ : যিটো আৱশ্যক হয়

ଉଦାହରଣ : আমাৰ শৰীৰটো পাঁচটা মুখ্য পদার্থৰে গঠিত

ସମକକ୍ଷ : প্রধান, মুখ্য

ଅର୍ଥ : যʼত পোৱা যায় সেই ঠাইত জন্ম হোৱা বা উৎপন্ন হোৱা

ଉଦାହରଣ : উটপক্ষী অষ্ট্রেলিয়াৰ স্থানীয় চৰাই

ସମକକ୍ଷ : আঞ্চলিক, থলুৱা, দেশজ, দেশজাত, দেশী, দেশীয়, স্থানীয়