ଅର୍ଥ : যিটো মুদ্রা লিখন যন্ত্রৰে লিখা বা মুদ্রিত কৰা হৈছে
ଉଦାହରଣ :
টাইপ কৰা পত্রখন এবাৰ আপুনি পঢ়ি লওক
ସମକକ୍ଷ : টাইপ কৰা
ଅର୍ଥ : যাৰ মুদ্রণ কৰা হৈছে
ଉଦାହରଣ :
এই কিতাপখন চৰকাৰী ছপাশালত মুদ্রিত
ଅର୍ଥ : যʼত মুদ্রা বা মোহৰ লগোৱা হৈছে
ଉଦାହରଣ :
বিষয়াজনে টাইপত মুদ্রিত কাগজৰ ওপৰত চহী কৰিলে
ସମକକ୍ଷ : মুদ্রাংকিত, মুদ্রাঙ্কিত